Bangladeshi
1
views
Lyrics
বহু দেখিলোঁ, বহু শুনিলোঁ কিন্তু এতিয়া কোৱাৰ সময় আহি পৰিছে আৰু চকু-মুদা কুলি হৈ নাথাকোঁ সকলো কথা খুলি ক'ম লাচিতৰ দেশত আজি লাগিলে কলংক নেতা হ'ল পেটুৱা, কৃষক উলংগ দুই বছৰতে হ'ব দেশ ধ্বংস নাথাকিব বুলিবলে' অসমীয়া বংশ য'তে চাওঁ দেখোঁ মাথোঁ হাহাকাৰ Busy আছে সকলো, কোনে শুনে কাৰ! সকলোৰে বাবে যদি এক অধিকাৰ তেন্তে court-কাছাৰীৰ কি দৰকাৰ? চৰকাৰ শুই আছে নেকি? অসমতে আনি বোলে ভৰাব বিদেশী তুলি লওঁ যদি হেংদাং দাঙি ঠেং, এৰি লুঙী পলাব বাংলাদেশী নাই জাতিভেদ হিন্দু-মুছলিম, আমি ভাই-ভাই এৰি দিম অসমক? নাই নাই অতিথি ভগৱান আমাৰ কাৰণে কিন্তু বহিৰাগতক মাৰ ধাই ধাই কাটি কৰিম দুছেও যদি উঠে প্ৰশ্ন আই মাতৃৰ অস্তিত্বৰ ওপৰত সকলোৰে ঘৰত আছে তৰোৱাল আছে ধাৰ, আছে কাৰ মৰ-সাহ! পাহুৱাল অসমীয়া ওলাই আহ কৰোঁ আমি লুইত ৰক্তাক্ত নহ'লে হ'ব অসম ইতিহাস নাথাকিব ক'বলে' বৃত্তান্ত এটকীয়া মন্ত্ৰী, দুটকীয়া শাসন তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ আজি তেওঁলোকে লৈছে আসন যাৰ জোৰ আছে পকেটত, একেবাৰে মাখন টেবুলৰ তলৰ লেন-দেন বেংকৰ হিচাপ, হেন-তেন ইটো-সিটো, ban-ban Election-ৰ time-ত কৰিব পেন-পেন Election-ৰ time-ততো vote লাগে ন? সেইকাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয় ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে ডাঙৰ ডাঙৰ আশা দিয়ে কিন্তু আসন পোৱাৰ পিছত কি কৰে! সকলো ঠগবাজ, সকলোৱে লুটি খায় আৰু আমিবোৰে কি চাই থাকিম? আমিবোৰে চাই থাকিম নেকি? আমি মাত দিম, আমি যুঁজ দিম এইবোৰ আৰু নচলিব সত্তৰ বছৰৰ স্বাধীনতা নেতা-পালিনেতা, অভিনেতা এটা গাদীত, চকীত এটা ঢাৰি পাৰি বহি গৈছে বাকীকেইটা প্ৰতিশ্ৰুতিবোৰ দিব সমাজক আঁচনিৰ ধন মাৰি নেতা পলাতক দেশক লৈ কৰিছে নাটক ধনৰ বিনিময়ত বিকিছে মাকক (what?) লাচিতৰ তেজ যদি গাত আছে নিজকে চা দাপোণত, তোৰো মাত আছে তৰোৱাল ল'বলে' তোৰো দুখন হাত আছে কাইলে' কাঁহীত একো নাথাকিব, আজিহে ভাত আছে অ', আজি ভাত আছে হাতত নাই dagger, হাতত আছে ফোন তই কিয় শুনিবি, আমি ক'বলে' কোন! তোৰ নিজৰটো ঠিক আছেচোন এয়া মানসিকতা এই প্ৰজন্মৰ তথাপি ভাবোঁ আমি মহান জোৰ পুৰি হাত পালে, নাই কাণসাৰ এদিন এই ঠাই হ'ব শ্মশান আৰু ৰৈ থাকি লাভ নাই, টঙালি বান্ধি ল পাৰিলে তই জোং-যাঠি ল যদি ৰণ কৰিবলে' ভয় লাগে তেন্তে তই পেটত গামোচা গাঁথি থ খাবলে' নাপাবি একো আজিহে বুজা নাই, কাইলে' গম পাবি ৰ যদি কৰ লাজ নিজকে বুলিবলে' অসমীয়া নিজনাকটোকেই কাটি থ নাকটো কাটি ল কেলা ৰণ হৈছে, হোৱা নাই খেলা মগজত আছে যদি জ্ঞান ওলাই আহ লৈ ঢাল-তৰোৱাল যদি তই সঁচা অসমীয়া, ওলাই আহ কাৰণ তোৰ আজি প্ৰয়োজন আছে এয়া সময় বহি থকাৰ নহয় এয়া সময় যুঁজ দিয়াৰ এয়া সময় ৰণ কৰাৰ, ৰণহুংকাৰ বাজিছে আজি সকলো অসমীয়া এক হ'ব লাগিব আমি এক হ'ব লাগিব, আমি যুঁজ দিব লাগিব আৰু আমি যুঁজ দিম আমি চাই নাথাকোঁ, আমি যুঁজ দিম Let's go কোনে কৰিব ওকালতি? এই দেশ হ'ব ছাৰখাৰ অকালতে লাচিতৰ যুঁজ যাব অবাবতে কনকলতায়ো চাগে' আজি মুখ ঢাকে খাৰখোৱা জাতিৰ মেৰুদণ্ড বেঁকা এই জাতিৰ এয়া অন্তিম শতিকা এই ভেঁটি-মাটিৰ কোনে লৈছে ঠিকা? ক'ত গ'ল খিলঞ্জীয়াৰ আজি অধিকাৰ? (What?) ব্ৰহ্মপুত্ৰৰ সোঁত বয় কোন দিশে? আমাৰ ভৱিষ্যত কোনে লিখে? আজিৰ অসমীয়া খাই লৈ মত্ত কোনেও বুজি নাপায় এই অৰ্থ আমি অন্ধ, সকলো কাম পণ্ড প্ৰজাতন্ত্ৰত ৰজা ভণ্ড সমস্যাজৰ্জৰ দেশত এটাই নেকি সমাধান- অসম বন্ধ? অসম বন্ধৰে কি হ'ব বেঃ? যদি জোৰ আছে ডিঙিতে ৰেপি দে এদিন-দুদিন কৰি ভৰি গ'ল সোণৰ অসম আজি বাংলাদেশীৰে গ'ল নিজভাষা, গ'ল নিজমাটি, গ'ল নিজতেজ হয়তো মৰিম, নহ'লে মাৰিম, কৰিম শেষ (ayy) গ'ল নিজভাষা, গ'ল নিজমাটি, গ'ল নিজতেজ (ayy) নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ (ayy) নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ (ayy) নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ (ayy) এই যুঁজখন মই মোৰ নিজৰ হাতত লৈছোঁ আৰু আপোনালোকেও নিজৰ হাতত ল'ব লাগে আমি সকলোৱে মিলি এই যুঁজ দিব লাগে Minimi Army This is time for a war And we will fight this war And we will win this one Peace Shoutout to everyone জয় আই অসম
Audio Features
Song Details
- Duration
- 04:24
- Key
- 10
- Tempo
- 150 BPM