Dhulixona
2
views
Lyrics
পৃথিৱী জিকি-মিকি শুকুলা পোহৰে কৰেহি ছিটিকি পৰিবহি তৰাৰে চিয়াঁহী মনৰঙী জোনে মুঠি মাৰিছে মনকে, অ' নিশা উকা কৰি ওৰেটো ৰাতিতে জী উঠা ধূলিসনা জোনাকৰে আঁচলতে কি ৰহণ? দোমোজাতে ৰিঙিয়ালে সমীৰৰে আভৰণ ধূলিসনা জোনাকৰে আঁচলতে কি ৰহণ? দোমোজাতে ৰিঙিয়ালে সমীৰৰে আভৰণ ♪ কেঁকুৰি আছুতীয়া বোৱঁতী নদীৰ নীলিমা সৰকি আধৰুৱা বৰষাটোপালে সজোৱা চকু মেলি চোৱাঁনা নিজানে কি পোৱা হাঁহি দিয়াঁ গোপনে, জোনাকী পৰুৱা ধূলিসনা জোনাকৰে আঁচলতে কি ৰহণ? দোমোজাতে ৰিঙিয়ালে সমীৰৰে আভৰণ ধূলিসনা জোনাকৰে আঁচলতে কি ৰহণ? দোমোজাতে ৰিঙিয়ালে সমীৰৰে আভৰণ
Audio Features
Song Details
- Duration
- 05:30
- Key
- 1
- Tempo
- 120 BPM